শেহতীয়া খবৰ
মন্ত্ৰী নৱ দলেৰ গৃহ পঞ্চায়তত কৃষি বান্ধৰ দুৰ্নীতি, ২০ লাখৰ ঠাইত খৰচ নকৰিলে ১০ হাজাৰো, কাম নকৰাকৈয়ে সৰকালে ৮.৮০ লাখ টকা  •  ড° অনামিকা ৰায় সোঁৱৰণী ন্যাসৰ উদ্যােগত ৰোগীৰ অধিকাৰ দিৱস উদযাপন  •  ক্ৰিকেট বিশ্বকাপত অষ্ট্ৰেলিয়াৰ সন্মুখত শিৰণত আয়োজক দেশ ইংলেণ্ড  •  পৰস্ত্ৰীৰ অশ্লীল ফটো ছ'চিয়েল মিডিয়াত ভাইৰেল কৰি ৰঙাঘৰত সোমাল বদৰপুৰৰ সেনা জোৱান  •  প্ৰাক্তন ক্ৰিকেটাৰ, গুৱাহাটী কমাৰ্চ কলেজৰ প্ৰাক্তন অধ্যক্ষ উমেশ শৰ্মাৰ দেহাৱসান  •  মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মাৰ্ঘেৰিটা কয়লা চিণ্ডিকেটত জড়িত বুলি কৰা সাংসদ প্ৰদ্যুৎ বৰদলৈৰ মন্তব্যৰ বিৰুদ্ধে পুত্তলিকা দাহেৰে বিজেপিৰ উত্তাল প্ৰতিবাদ  •  টীয়ক বৈদ্যুতিক উপ সংমণ্ডলত আছুৱে ওলমালে তলা, বিদ্যুৎ নিয়মীয়াকৰণৰ দাবী  •  বিতৰ্কৰ অন্ত পেলাই ৰাজমুকুট থিয়েটাৰত চুক্তিবদ্ধ হ'ল অভিনেত্ৰী প্ৰাঞ্জনা দত্ত  •  ওড়িশ্যাত যাত্ৰীবাহী ৰে’ল লাইনচ্যুত হৈ ৩ ৰে'লকৰ্মী নিহত, আহত কেইবাজনো যাত্ৰী  •  পুৰণিগুদামত বিদ্যুতৰ তাঁৰ ছিঙি আহত এজন...

মোডীৰ শপতগ্ৰহণৰ পাছত প্ৰথমতো ভাল খবৰ…

4,353

ডিজিটেল ডেস্কঃ দেশৰ নতুন মন্ত্ৰীসভাই শপতগ্ৰহণ লোৱাৰ পাছতে ধাৰাবাহিকভাৱে দ্বিতীয়দিনাও হ্ৰাস পালে পেট্ৰল-ডিজেলৰ মূল্য। বৃহস্পতিবাৰে ৬ পইচাকৈ মূল্য হ্ৰাস পোৱাৰ পাছত শুকুৰবাৰেও হ্ৰাস পায় পেট্ৰ’ল-ডিজেলৰ মূল্য। শুকুৰবাৰে প্ৰতি লিটাৰ পেট্ৰ’লত ৭ পইচা আৰু প্ৰতি লিটাৰ ডিজেলত ১২ পইচাকৈ হ্ৰাস পায়। বৰ্তমান দিল্লীত প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম ৭১.৭৩ টকাৰ বিপৰীতে ডিজেলৰ মূল্য প্ৰতিলিটাৰত ৬৬.৫১ টকা।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি