মোডীৰ শপতগ্ৰহণৰ পাছত প্ৰথমতো ভাল খবৰ…

মোডীৰ শপতগ্ৰহণৰ পাছত প্ৰথমতো ভাল খবৰ…

ডিজিটেল ডেস্কঃ দেশৰ নতুন মন্ত্ৰীসভাই শপতগ্ৰহণ লোৱাৰ পাছতে ধাৰাবাহিকভাৱে দ্বিতীয়দিনাও হ্ৰাস পালে পেট্ৰল-ডিজেলৰ মূল্য। বৃহস্পতিবাৰে ৬ পইচাকৈ মূল্য হ্ৰাস পোৱাৰ পাছত শুকুৰবাৰেও হ্ৰাস পায় পেট্ৰ'ল-ডিজেলৰ মূল্য। শুকুৰবাৰে প্ৰতি লিটাৰ পেট্ৰ'লত ৭ পইচা আৰু প্ৰতি লিটাৰ ডিজেলত ১২ পইচাকৈ হ্ৰাস পায়। বৰ্তমান দিল্লীত প্ৰতিলিটাৰ পেট্ৰ'লৰ দাম ৭১.৭৩ টকাৰ বিপৰীতে ডিজেলৰ মূল্য প্ৰতিলিটাৰত ৬৬.৫১ টকা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in