শনিবাৰে হ্ৰাস পালে পেট্ৰ’লৰ মূল্য…

ফাইল ফটো
ফাইল ফটো
  • শনিবাৰে হ্ৰাস পালে পেট্ৰ'লৰ মূল্য।
  • ধাৰাবাহিভাৱে তৃতীয়দিনাত ভৰি দিলে পেট্ৰ'ল মূল্য হ্ৰাসে।
  • শনিবাৰে প্ৰতি লিটাৰ পেট্ৰ'লত কমিল ৫ পইচাকৈ।
  • যোৱা শুকুৰবাৰে প্ৰতি লিটাৰ পেট্ৰ'লত ৬ পইচাকৈ হ্ৰাস পাইছিল।
  • দিল্লীত শনিবাৰে প্ৰতিলিটাৰ পেট্ৰ'লৰ মূল্য ৭৩.২৪ টকা।
  • আনহাতে ডিজেলৰ মূল্যত হোৱা নাই কোনো পৰিৱৰ্তন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in