শেহতীয়া খবৰ
এলাগী হৈছে গুৱাহাটী!  •  ৰাজ্যত পুনৰ ৮১৪জনৰ দেহত ধৰা পৰে কোভিড-১৯...  •  চানমাৰিস্থিত অগ্নিনিৰ্বাপক বাহিনীৰ ১৬জন কৰ্মচাৰীৰ দেহত কোভিড-১৯...  •  কোভিড-১৯ঃ অসমত পুনৰ এগৰাকী মহিলাই হেৰুৱালে প্ৰাণ...  •  গুৱাহাটীত কিমান আৰক্ষী আক্ৰান্ত কোভিড-১৯ত...  •  এনএইচপিচিয়ে নিৰ্মাণ সামগ্ৰী কঢ়িয়াই নিয়াৰ প্ৰতিবাদত ধেমাজি উপায়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত মুখ্য মন্ত্ৰীৰ প্ৰতিকৃতি দাহ...  •  কেনেকৈ দিছপুৰৰ সচিবালয়ত লাগিল জুই...  •  অগ্নিকাণ্ড সংঘটিত হোৱাৰ পাছত সচিবালয়ত উপস্থিত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা...  •  অসম সচিবালয়ৰ ‘বি’ ব্ল’কত ৰহস্যজনক অগ্নিকাণ্ড, জাহ গ’ল বহু গুৰুত্বপূৰ্ণ নথিপত্ৰ...  •  অসম সচিবালয়ৰ ‘বি’ ব্ল’কত ৰহস্যজনক অগ্নিকাণ্ড, জাহ গ’ল বহু গুৰুত্বপূৰ্ণ নথিপত্ৰ...

শুকুৰবাৰে হ্ৰাস পালে…

806

ডিজিটেল ডেস্কঃ পেট্ৰল-ডিজেলৰ বৰ্দ্ধিত মূল্যই ৰেকৰ্ড সৃষ্টি কৰাৰ পাচতে বিগত ৩ দিন ধৰি কিছু সকাহ পাইছে জনসাধাৰণে। বিগত ৩ টা দিনত বৃদ্ধি হোৱা নাই পেট্ৰলৰ মূল্য। ৰাজধানী চহৰ দিল্লীত প্ৰতি লিটাৰ পেট্ৰ’লৰ মূল্য হৈছে ৭৩.২৭ টকা। পেট্ৰ’লৰ মূল্য স্থিৰাৱস্থাৰ মাজতে শুকুৰবাৰে হ্ৰাস পালে ডিজেলৰ মূল্য। প্ৰতি লিটাৰ ডিজেলত হ্ৰাস পালে ১০ পইচাকৈ। দিল্লীত বৰ্তমান ডিজেল প্ৰতি লিটাৰৰ মূল্য হৈছে ৬৬.৩১ টকা।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি