শেহতীয়া খবৰ
স্বৰ্ণকন্যা হিমা দাসক দিচাং ৰিজ'ৰ্টৰ সম্বৰ্ধনা  •  স্বৰ্ণকন্যা হিমা দাসক দিচাং ৰিজ'ৰ্টৰ সম্বৰ্ধনা  •  ধুবুৰীত বিএছএফ চোৰাংচোৱাৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযান  •  হিজবুলৰে সম্পৰ্কৰ সন্দেহত আটক কৰা ৩ যুৱকক মুকলি হোজাই আৰক্ষীৰ  •  এটা দামী মোবাইলৰ বাবে সন্তানক ৪০ হাজাৰ টকাত বিক্ৰী মাতৃৰ  •  ২০২০ত গাড়ীৰ মূল্যতে কিনিব পাৰিব উৰাজাহাজ!  •  প্ৰয়োজন হ’লে ন্যায়াধীশ দম্পত্তিৰ বিৰুদ্ধেও হ’ব তদন্ত, এপিএছচি কেলেংকাৰীৰ সন্দৰ্ভত কুলধৰ শইকীয়াৰ মন্তব্য  •  ২০ এপ্ৰিলত মই কল্পনা লাজমীক শেষবাৰৰ বাবে লগ পাইছিলোঃ কমল কটকী  •  নগাঁৱৰ জুৰীয়াত পানীত পৰি এটি শিশুৰ মৃত্যু  •  তিনিচুকীয়াত ৪ সন্দেহযুক্ত নাগৰিকক আটক

পুনৰ পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধি, ‘অচ্চে দিন’ কেতিয়া আহিব বুলি ৰাইজৰ প্ৰশ্ন

529

ডিজিটেল ডেস্কঃ পুনৰ বৃদ্ধি পালে ইন্ধনৰ মূল্য। মুম্বাইত আজি পেট্ৰ’লৰ মূল্য প্ৰতি লিটাৰত ৮৮.৭৭ টকা। ইফালে, ডিজেলৰ প্ৰতি লিটাৰত হ’লগৈ ৭৭.৮২টকা।

‘প্ৰতিদিনে বৃদ্ধি হৈছে পেট্ৰ’ল-ডিজেলৰ মূল্য। চৰকাৰে কি কৰি আছে? ইন্ধনৰ মূল্য কমিব লাগে। তেওঁলোকে কৈছিল অচ্চে দিন আহিব। কিন্তু কেতিয়া?’- এনেকৈ প্ৰশ্ন কৰিলে স্থানীয় লোকে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি