বৃহস্পতিবাৰে হ্ৰাস পালে পেট্ৰ’ল-ডিজেলৰ মূল্য

ফাইল ফটো
ফাইল ফটো
  • বৃহস্পতিবাৰে হ্ৰাস পালে পেট্ৰ'ল-ডিজেলৰ মূল্য।
  • দিল্লীত বৃহস্পতিবাৰে প্ৰতিলিটাৰ পেট্ৰ'লত হ্ৰাস পালে ০.২১ টকা।
  • ইফালে ডিজেলৰ প্ৰতিলিটাৰত হ্ৰাস ০.১১ টকা।
  • বৰ্তমান দিল্লীত পেট্ৰ'লৰ প্ৰতিলিটাৰত ৮২.৬২ আৰু ডিজেলৰ প্ৰতিলিটাৰত ৫৮.৫৮ টকা হয়গৈ।
  • আনহাতে, মুম্বাইতো হ্ৰাস পালে পেট্ৰ'ল-ডিজেলৰ মূল্য।
  • প্ৰতিলিটাৰ পেট্ৰ'লত ০.২১ টকা আৰু ডিজেলত ০.১১ টকা হ্ৰাস পায়।
  • বৰ্তমান মুম্বাইত প্ৰতিলিটাৰ পেট্ৰ'লৰ মূল্য ৮৮.০৮ টকা আৰু প্ৰতিলিটাৰ ডিজেলৰ মূল্য ৭৯.২৪ টকা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in