শনিবাৰে গুৱাহাটীত হ্ৰাস পালে পেট্ৰ’ল-ডিজেলৰ মূল্য

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • শনিবাৰে গুৱাহাটীত হ্ৰাস পালে পেট্ৰ'ল-ডিজেলৰ মূল্য।
  • গুৱাহাটীত শনিবাৰে ১২ পইচা হ্ৰাস পালে প্ৰতিলিটাৰ ডিজেলত।
  • শনিবাৰে প্ৰতিলিটাৰ ডিজেলত ৭১.৬০ টকা।
  • শুকুৰবাৰে এই মূল্য আছিল ৭১.৭২ টকা।
  • পেট্ৰ'লত হ্ৰাস পালে ২১ পইচা।
  • প্ৰতিলিটাৰ পেট্ৰ'লৰ মূল্য শনিবাৰে ৭৭.৭৫ টকা।
  • শুকুৰবাৰে এই মূল্য আছিল ৭৭.৯৬ টকা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in