পেট্ৰ’ল-ডিজেলে আনিছে ভাল খবৰ…

ফাইল ফটো
ফাইল ফটো
  • দেওবাৰে হ্ৰাস পালে পেট্ৰ'লৰ মূল্য।
  • দেওবাৰে প্ৰতিলিটাৰ পেট্ৰ'লৰ বাবে গ্ৰাহকে দিব লাগিব ৭২.৭৩ টকা।
  • শনিবাৰে এই মূল্য আছিল ৭৩.১৪ টকা।
  • প্ৰতিলিটাৰ পেট্ৰ'লত হ্ৰাস পালে ৪১ পইচা।
  • ইফালে ডিজলৰো হ্ৰাস পালে মূল্য।
  • প্ৰতিলিটাৰ ডিজেলৰ বাবে গ্ৰাহকে দিব লাগিব ৬৬.৬৫ টকা।
  • প্ৰতিলিটাৰ ডিজেলত হ্ৰাস পালে ২৮ পইচা।
  • শনিবাৰে ডিজেলৰ মূল্য আছিল প্ৰতিলিটাৰত ৬৬.৯৩ টকা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in