বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য

প্ৰতিকী ফটো
প্ৰতিকী ফটো
  • শনিবাৰে বৃদ্ধি পালে পেট্ৰ'ল-ডিজেলৰ মূল্য।
  • আজি প্ৰতিলিটাৰ পেট্ৰ'লত বৃদ্ধি পালে ২০ পইচাকৈ।
  • প্ৰতিলিটাৰ ডিজেলৰ মূল্য ৩০ পইচাকৈ বৃদ্ধি।
  • গুৱাহাটীত আজি প্ৰতিলিটাৰ পেট্ৰ'লৰ মূল্য ৬৮.৬৮ টকা।
  • আজি প্ৰতিলিটাৰ ডিজেলৰ মূল্য ৬৩.৩৮ টকা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in