বৃহস্পতিবাৰে বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য

প্ৰতিকী ফটো
প্ৰতিকী ফটো
  • বৃহস্পতিবাৰে বৃদ্ধি পালে পেট্ৰ'লৰ মূল্য।
  • আজি প্ৰতিলিটাৰ পেট্ৰ'লত বৃদ্ধি পালে ৪২ পইচাকৈ।
  • গুৱাহাটীত আজি প্ৰতিলিটাৰ পেট্ৰ'লৰ মূল্য ৬৮.৩৮ টকা।
  • ইফালে আজি বৃদ্ধি পালে ডিজেলৰো মূল্য।
  • প্ৰতিলিটাৰ ডিজেলৰ মূল্য ৩২ পইচাকৈ বৃদ্ধি।
  • আজি গুৱাহাটীত প্ৰতিলিটাৰ ডিজেলৰ মূল্য ৬২.৮৭ টকা ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in