শেহতীয়া খবৰ
জুবিন গাৰ্গলৈ পুৰুষোত্তম দাস বঁটা...  •  সাহসী সেনা বিষয়াক ৰাষ্ট্ৰপতিয়ে প্ৰদান কৰিলে কীৰ্তি চক্ৰ, উত্তম যুদ্ধ সেৱা মেডেল...  •  মঙলবাৰে সন্ধিয়ালৈকে প্ৰকাশ পাব বিজেপি প্ৰাৰ্থীৰ প্ৰথমখন তালিকা...  •  মঙলবাৰে সন্ধিয়ালৈকে প্ৰকাশ পাব বিজেপি প্ৰাৰ্থীৰ প্ৰথমখন তালিকা...  •  মুখ খুলি নক’লেও বহু অসন্তুষ্টিত আছে কামাখ্যা প্ৰসাদ তাছা!  •  অন্তঃত এদিনৰ বাবে সকাহ…  •  গোৱালপাৰাত ৩দিনীয়া কাৰ্যসূচীৰে ৰাভা ছাত্ৰ সন্থাৰ দ্বাদশ দ্বি-বাৰ্ষিক অধিবেশন, VIDEO  •  যমদুৱাৰ বনভোজস্থলীত অঘটন, নদীত পৰি সন্ধানহীন অৰুণাচলৰ ছাত্ৰ...  •  চৰাইদেউত বিকল খোৱাপানী যোগান আঁচনি, ক্ষুব্ধ স্থানীয় ৰাইজ... VIDEO  •  নাজিৰাত দুৰ্বৃত্তই হত্যা কৰি মৃতদেহ পেলাই দিলে পুখুৰীত...

বৃহস্পতিবাৰে বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য

365
  • বৃহস্পতিবাৰে বৃদ্ধি পালে পেট্ৰ’লৰ মূল্য।
  • আজি প্ৰতিলিটাৰ পেট্ৰ’লত বৃদ্ধি পালে ৪২ পইচাকৈ।
  • গুৱাহাটীত আজি প্ৰতিলিটাৰ পেট্ৰ’লৰ মূল্য ৬৮.৩৮ টকা।
  • ইফালে আজি বৃদ্ধি পালে ডিজেলৰো মূল্য।
  • প্ৰতিলিটাৰ ডিজেলৰ মূল্য ৩২ পইচাকৈ বৃদ্ধি।
  • আজি গুৱাহাটীত প্ৰতিলিটাৰ ডিজেলৰ মূল্য ৬২.৮৭ টকা ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি