ধাৰাবাহিকভাৱে এসপ্তাহ পেট্ৰ’ল-ডিজেলৰ মৃল্য বৃদ্ধি…

ধাৰাবাহিকভাৱে এসপ্তাহ পেট্ৰ’ল-ডিজেলৰ মৃল্য বৃদ্ধি…

ডিজিটেল ডেস্কঃ কোৰোনাৰ সমান্তৰালভাৱে বিগত এসপ্তাহ ধৰি বৃদ্ধি পাই আছে পেট্ৰ'ল-ডিজেলৰ মৃল্য। শনিবাৰেও বৃদ্ধি পালে পেট্ৰ'ল-ডিজেলৰ মূল্য। দেশৰ বিভিন্ন প্ৰধান চহৰত শনিবাৰে প্ৰতিলিটাৰ পেট্ৰ'লত ৫৯-৬১ পইচা আৰু প্ৰতিলিটাৰ ডিজেলত ৫০-৬০পইচা বৃদ্ধি পালে। স্থানীয় বিক্ৰী কৰ অনুসৰি প্ৰতিলিটাৰ পেট্ৰ'ল-ডিজেলৰ মৃল্য ৰাজ্যভেদে পৃথক হ'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in