শেহতীয়া খবৰ
মানকাচৰৰ নিউ মাৰ্কেটত নিচা জাতীয় দ্ৰব্য সহ গ্ৰেপ্তাৰ এজন...  •  ভূমিকম্পই জোকাৰি গ'ল গুৱাহাটী...  •  বৰপেটাৰ কেওঁটকুছিত ভয়াবহ পথ দূৰ্ঘটনা,ট্ৰেন্সফৰ্মাৰ ভাঙিলে ব'লেৰ পিক আপ ভানে...  •  সন্মিলিত নাৰী শক্তি অসমৰ কেন্দ্ৰীয় সমিতিৰ প্ৰথম বাৰ্ষিক বিশেষ অধিৱেশন সামৰণি...  •  ১ মিনিটত ২৫ খবৰ...  •  নলবাৰীত হেমকোষপ্ৰাণ দেৱানন্দ বৰুৱাক স্মৰণ...  •  নলবাৰীৰ বালিকুছিত শ্ৰীশ্ৰীযোগেশ মন্দিৰ উদ্বোধন,দুশ গৰাকী জ্যেষ্ঠ নাগৰিকক সম্বৰ্ধনা...  •  ৩০ জনীয়া সদস্যৰে অন্তৱৰ্তীকালীন কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদ গঠন...  •  টিহুৰ সুৰভি গোষ্ঠীৰ উদ্যোগত দুখন কাব্যগ্ৰন্থ উন্মোচন...  •  কাজিৰঙাত ভালুকৰ আক্ৰমণত অস্থায়ী বনকৰ্মী আহত

ধাৰাবাহিকভাৱে এসপ্তাহ পেট্ৰ’ল-ডিজেলৰ মৃল্য বৃদ্ধি…

130

ডিজিটেল ডেস্কঃ কোৰোনাৰ সমান্তৰালভাৱে বিগত এসপ্তাহ ধৰি বৃদ্ধি পাই আছে পেট্ৰ’ল-ডিজেলৰ মৃল্য। শনিবাৰেও বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য। দেশৰ বিভিন্ন প্ৰধান চহৰত শনিবাৰে প্ৰতিলিটাৰ পেট্ৰ’লত ৫৯-৬১ পইচা আৰু প্ৰতিলিটাৰ ডিজেলত ৫০-৬০পইচা বৃদ্ধি পালে। স্থানীয় বিক্ৰী কৰ অনুসৰি প্ৰতিলিটাৰ পেট্ৰ’ল-ডিজেলৰ মৃল্য ৰাজ্যভেদে পৃথক হ’ব।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি