হৰিদ্বাৰত উত্তপ্ত পৰিস্থিতি! কাৱালী অনুষ্ঠানত দৰ্শকৰ মাজত সংঘৰ্ষ… VIDEO

হৰিদ্বাৰত উত্তপ্ত পৰিস্থিতি! কাৱালী অনুষ্ঠানত দৰ্শকৰ মাজত সংঘৰ্ষ… VIDEO
  • হৰিদ্বাৰত সৃষ্টি হ'ল উত্তপ্ত পৰিস্থিতি।।
  • সোমবাৰে নিশা অনুষ্ঠিত এক কাৱালী অনুষ্ঠিত একাংশ লোকৰ মাজত সংঘৰ্ষ।
  • ইজনে-সিজনৰ ওপৰত চকীৰে আক্ৰমণ কৰে।
  • অনুষ্ঠানত উপস্থিত হৈ বহিবলৈ চকী নোপোৱাৰ বাবেই সংঘটিত হয় এই ঘটনা।
  • অৱশেষত আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in