‘পেগছাছ’ৰ জালত সমুজ্জল ভট্টাচাৰ্য আৰু অনুপ চেতীয়া

‘পেগছাছ’ৰ জালত সমুজ্জল ভট্টাচাৰ্য আৰু অনুপ চেতীয়া
  • 'পেগাছাছ'ৰ জালত অসমৰ দুগৰাকী নেতা।
  • সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জলকুমাৰ ভট্টাচাৰ্যৰ ফোন পেগছাছৰ জৰিয়তে টেপিঙৰ তথ্য লাভ।
  • আলফা নেতা অনুপ চেতিয়াৰ ফোন পেগছাছৰ জৰিয়তে টেপিং কৰাৰ তথ্য লাভ।
  • ইজৰাইলী চোৰাংচোৱা তথ্য-প্ৰযুক্তি পেগছাছৰৰ জৰিয়তে দেশৰ প্ৰায় ৩ শতাধিক ৰাজনৈতিক নেতা, সাংবাদিক, সংগঠনৰ নেতাৰ ফোন টেপিহৰ তথ্য পোহৰলৈ আহিছিল কিছুদিন পূৰ্বে।
  • নৰেন্দ্ৰ মোডী চৰকাৰে ইজৰাইলী চোৰাংচোৱা তথ্য প্ৰযুক্তি ব্যৱহাৰ কৰি এইসকল নেতা, সাংবাদিকৰ ফোন টেফিঙৰ আভিযোগ উঠিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in