হাতীগাঁৱত আৰক্ষীৰ গুলীত প্ৰাণ হেৰুওৱা ছেমছন ষ্টিফেনৰ মৃত্যুস্থলীত চাকি-মম জ্বলাই অগণন লোকৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন…

  • হাতীগাঁৱত ছেমছন ষ্টিফেনৰ পুলিচৰ গুলীত মৃত্য হোৱাৰ স্থানতে চাকি,মম জ্বলাই অগণন লোকে ছাত্ৰজনৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।
  • বিভিন্ন প্ৰান্তৰ পৰা আহি সমবেত হৈছে বহু সংখ্যক লোক।
  • দেওবাৰে ছাত্ৰজনৰ স্মৃতিত স্থানীয় লোকে পুৱা ১০ বজাত বাহিৰ কৰিব সমদল।
  • স্বতঃস্ফূৰ্তভাৱে মানুহ আহি ছাত্ৰজনৰ স্মৃতিত শ্ৰদ্ধা নিবেদন কৰিছে।
  • আৰক্ষীৰ বৰ্বৰতাৰ প্ৰতিবাদ কৰিছে এইদৰে ৰাইজে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in