সংসদত মূল্যবৃদ্ধি, কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদ টি এম চি আৰু শিৰোমণি আকালি দলৰ..

সংসদত মূল্যবৃদ্ধি, কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদ টি এম চি আৰু শিৰোমণি আকালি দলৰ..
  • সংসদৰ বৰ্ষাকালীন অধিৱেশন আৰম্ভ।
  • অধিৱেশনৰ প্ৰথন দিনটোতে বহুেকেইটা ৰাজনৈতিক দলৰ সাংসদে সাব্যস্ত কৰিলে প্ৰতিবাদ।
  • তৃণমূল কংগ্ৰেছৰ সাংসদসকলে পেট্ৰ'ল, ডিজেলৰ লগতে ইন্ধন জাতীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত চাইকেলেৰে আহিল সংসদলৈ।
  • নতুন কৃষি আইনক লৈ সংসদৰ বাহিৰত প্ৰতিবাদত লিপ্ত হ'ল শিৰোমণি আকালি দলৰ সাংসদসকল।
  • কেন্দ্ৰীয় চৰকাৰে কৃষকৰ কথা কিয় শুনা নাই বুলি প্ৰশ্ন আকালি দলৰ।
  • কৃষি আইনৰ বৰুদ্ধে প্ৰতিবাদত লিপ্ত হৈ মৃত্যু হৈছে ৫০০ ৰো অধিক কৃষকৰ।
  • কৃষক সকলে এই ক'লা আইন প্ৰত্যাহাৰ কৰাটো বিচাৰিছে।
  • আমি বিচাৰো বিৰোধী দলে বিজেপিৰ বিৰুদ্ধে থিয় হওক।
  • এই মন্তব্য শিৰোমণি আকালি দলৰ সভাপতি সুখবীৰ সিং বাদালৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in