শেহতীয়া খবৰ
ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ সাহায্যৰে পশু চিকিৎসা বিভাগৰ প্ৰশিক্ষণঃ আত্মসহায়ক গোটৰ মাজত গৰু, গাহৰি বিতৰণ  •  পুনৰ উত্তপ্ত মৰিয়নিঃ নাগালেণ্ড সীমান্তৰ পৰা অসম আৰক্ষী প্ৰত্যাহাৰ কৰাৰ পাছতে নগাই আঁৰিলে ফলক  •  পুনৰ উত্তপ্ত মৰিয়নিঃ নাগালেণ্ড সীমান্তৰ পৰা অসম আৰক্ষী প্ৰত্যাহাৰ কৰাৰ পাছতে নগাই আঁৰিলে ফলক  •  ৰবী কুমাৰলৈ পুৰস্কাৰৰ বৰষুণঃ চাকৰি, টকা, মাটি..  •  ৰবী কুমাৰলৈ পুৰস্কাৰৰ বৰষুণঃ চাকৰি, টকা, মাটি..  •  ৰবী কুমাৰলৈ পুৰস্কাৰৰ বৰষুণঃ চাকৰি, টকা, মাটি..  •  ঢকুৱাখনাত প্ৰয়াত সংবাদসেৱী অনিৰ্বাণ বৰগোঁহাইৰ স্মৃতিচাৰণ সভা...  •  মিজোৰাম ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ জাৰি কৰা নিৰ্দেশনা প্ৰত্যাহাৰ অসম চৰকাৰৰ  •  মিজোৰাম ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ জাৰি কৰা নিৰ্দেশনা প্ৰত্যাহাৰ অসম চৰকাৰৰ  •  ভাৰতীয় হকী দলটোত দলিত খেলুৱৈ থকাৰ বাবেই পৰাস্ত হ'লঃ হকী খেলুৱৈৰ ঘৰৰ সন্মুখত আতচবাজী ফুটাই উল্লাখ তথাকথিত উচ্চ বৰ্ণৰ

সংসদত মূল্যবৃদ্ধি, কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদ টি এম চি আৰু শিৰোমণি আকালি দলৰ..

  • সংসদৰ বৰ্ষাকালীন অধিৱেশন আৰম্ভ।
  • অধিৱেশনৰ প্ৰথন দিনটোতে বহুেকেইটা ৰাজনৈতিক দলৰ সাংসদে সাব্যস্ত কৰিলে প্ৰতিবাদ।
  • তৃণমূল কংগ্ৰেছৰ সাংসদসকলে পেট্ৰ’ল, ডিজেলৰ লগতে ইন্ধন জাতীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত চাইকেলেৰে আহিল সংসদলৈ।
  • নতুন কৃষি আইনক লৈ সংসদৰ বাহিৰত প্ৰতিবাদত লিপ্ত হ’ল শিৰোমণি আকালি দলৰ সাংসদসকল।
  • কেন্দ্ৰীয় চৰকাৰে কৃষকৰ কথা কিয় শুনা নাই বুলি প্ৰশ্ন আকালি দলৰ।
  • কৃষি আইনৰ বৰুদ্ধে প্ৰতিবাদত লিপ্ত হৈ মৃত্যু হৈছে ৫০০ ৰো অধিক কৃষকৰ।
  • কৃষক সকলে এই ক’লা আইন প্ৰত্যাহাৰ কৰাটো বিচাৰিছে।
  • আমি বিচাৰো বিৰোধী দলে বিজেপিৰ বিৰুদ্ধে থিয় হওক।
  • এই মন্তব্য শিৰোমণি আকালি দলৰ সভাপতি সুখবীৰ সিং বাদালৰ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি