পৰমানন্দ সোণোৱালক ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত পঞ্জীয়ক ৰূপে নিযুক্তি

পৰমানন্দ সোণোৱালক ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত পঞ্জীয়ক ৰূপে নিযুক্তি
  • ডঃ পৰমানন্দ সোণোৱালক ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত পঞ্জীয়ক ৰূপে নিযুক্তি।
  • ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যুটীয়া পঞ্জীয়ক আছিল সোণোৱাল।
  • বিশ্ববিদ্যালয় খনৰ কাৰ্যবাহী পৰিষদৰ বুধবাৰে অনুষ্ঠিত বৈঠকে সোনোৱালক পঞ্জীয়ক ৰূপে নিযুক্তি দিয়ে।
  • এই পদটোত পূৰ্বতে আছিল ডঃ জিতেন হাজৰিকা।
  • হাজৰিকা বিশ্ববিদ্যালয় খনৰ উপাচাৰ্য ৰূপে নিযুক্ত হোৱাত পঞ্জীয়কৰ পদটো খালি হৈ আছিল
  • বৃহস্পতিবাৰে সোনোৱালে পঞ্জীয়কৰ দায়িত্ব গ্ৰহণ কৰিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in