পঞ্চায়ত নিৰ্বাচনৰ ফলাফলঃ বিনাপ্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰা প্ৰাৰ্থীসকল

পঞ্চায়ত নিৰ্বাচনৰ ফলাফলঃ বিনাপ্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰা প্ৰাৰ্থীসকল
  • এইবাৰ পঞ্চায়ত নিৰ্বাচনত বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছিল ৭৩৪গৰাকী প্ৰাৰ্থী।
  • ইয়াৰে ৩৭০গৰাকী প্ৰাৰ্থী বিজেপিৰ।
  • ১৯৩গৰাকী কংগ্ৰেছৰ প্ৰাৰ্থী।
  • এ আই ইউ ডি এফৰ আছিল ১০গৰাকী প্ৰাৰ্থী।
  • চিপিআই (এম)ৰ আছিল ১গৰাকী।
  • বিপিএফৰ আছিল ৫গৰাকী।
  • আৰু নিৰ্দলীয় প্ৰাৰ্থীৰ আছিল ১১৭গৰাকী।
  • প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত বিনাপ্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছিল ৪৪২গৰাকী প্ৰাৰ্থীয়ে।
  • আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত জয় লাভ কৰিছিল ২৯২গৰাকী প্ৰাৰ্থী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in