পুৱাই পাণবজাৰ থানাত ৰকিবুল হুছেইন!

পুৱাই পাণবজাৰ থানাত ৰকিবুল হুছেইন!
  • অনিল ৰাজাক আদালত চৌহদত চিঞাহী নিক্ষেপৰ গোচৰত পাণবজাৰ থানাত হাজিৰ ৰকিবুল হুছেইন।
  • পুৱাই একাংশ সমৰ্থকৰ সৈতে পাণবজাৰ থানাত উপস্থিত হয়গৈ ৰকিবুল হুছেইন।
  • ৰকিবুল হুছেইনৰ একাংশ সমৰ্থকে চিঞাহী মৰাৰ অভিযোগ তুলি গোচৰ দিছিল  অনিল ৰাজাই।
  • ৰকিবুল হুছেইনে তৰা এক গোচৰৰ বাবে আদালতলৈ যাওঁতে ৰাজাৰ গালৈ নিক্ষেপ কৰিছিল চিঞাহী।
  • এই ঘটনাৰ পাছত অনিল ৰাজাৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে ৰকিবুল হুছেইনক জাৰি কৰিছিল চমন।
  • থানাৰ পৰা ওলাই অনিল ৰাজাক অসমৰ নটৱাৰলাল আখ্যা ৰকিবুল হুছেইনৰ।
  • তেওঁৰ ওপৰত অনিল ৰাজাই দিয়া অভিযোগ মিছা আখ্যা প্ৰাক্তন মন্ত্ৰীজনৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in