২৫ মাৰ্চত পল্লৱ লোচন দাসে দাখিল কৰিব মনোনয়ন

২৫ মাৰ্চত পল্লৱ লোচন দাসে দাখিল কৰিব মনোনয়ন
  • ২৫ মাৰ্চত মনোনয়ন দিব পল্লৱ লোচন দাসে।
  • অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কৰ সৈতে হোৱা এক কথোপকথনত এই কথা জনালে মন্ত্ৰীজনে।
  • সমষ্টিটোৰ দলীয় বিধায়ক তথা নেতাৰ সৈতে আলোচনা কৰি লব চুড়ান্ত সিদ্ধান্ত।
  • তেজপুৰ সমষ্টিত বিজেপিৰ প্ৰাৰ্থী পল্লৱ লোচন দাস।
  • দীৰ্ঘ অপেক্ষাৰ অন্তত শুকুৰবাৰৰ মাজ নিশা প্ৰকাশ কৰা হৈছিল পল্লৱ লোচনৰ নাম।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in