পলাশবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত ২

পলাশবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত ২
  • মঙলবাৰে পুৱাই এক পথ দুৰ্ঘটনাই শোকৰ ছাঁ পেলাইছে পলাশবাৰীত।
  • কয়লা ভৰ্তি ট্ৰাক ৰাজপথত বাগৰি পৰাৰ বাবে প্ৰাণ হেৰুৱালে দুজন লোকে।
  • গোৱালপাৰাৰ পৰা গুৱাহাটী অভিমুখে আহি আছিল ট্ৰাকখন।
  • ইফালে দুৰ্ঘটনাত আহত হৈছে দুজন লোক।
  • নিহত লোক দুজনৰ নাম মহেন্দ্ৰ নাথ আৰু চুৰথ জামাল।
  • আনহাতে আহত হোৱা দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেনক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in