ভাৰতত অনুপ্ৰৱেশৰ চেষ্টা পাকিস্তানৰ! VIDEO

ভাৰতত অনুপ্ৰৱেশৰ চেষ্টা পাকিস্তানৰ! VIDEO
  • পাকিস্তানৰ এছ এছ জি (স্পেচিয়েল ছাৰ্ভিচ গ্ৰুপ)য়ে নিক্ষেপ কৰিলে গ্ৰেণেড।
  • ভাৰতীয় সেনাই লাভ কৰিছে ইয়াৰে এটা ভিডিঅ'।
  • পাকিস্তানৰ এছ এছ জি/সন্ত্ৰাসবাদীয়ে আণ্ডাৰ বেৰেল গ্ৰেণেড ল'ন্সাৰ ব্যৱহাৰ কৰা দেখা গৈছে।
  • ভাৰতত অনুপ্ৰৱেশৰ চেষ্টা চলাইছে পাকিস্তানে।
  • পাকিস্তানক বাধা প্ৰদান কৰিবলৈ সক্ষম হয় ভাৰতীয় সেনা বাহিনী।
  • ভাৰতীয় সেনাই সদৰী কৰে এই কথা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in