পাকিস্তানলৈ চকু তুলি চালে, চকু উলিয়াই দিয়া হ’বঃ ভাৰতক হুংকাৰ পাকিস্তানৰ ৰে’ল মন্ত্ৰীৰ

পাকিস্তানলৈ চকু তুলি চালে, চকু উলিয়াই দিয়া হ’বঃ ভাৰতক হুংকাৰ পাকিস্তানৰ ৰে’ল মন্ত্ৰীৰ
  • পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ পিছত এইবাৰ ভাৰতক হুংকাৰ দেশখনৰ আন এগৰাকী মন্ত্ৰীৰ।
  • ছচিয়েল মিডিয়াত এক ভিডিঅ'যোগে পাকিস্তানৰ ৰে'ল মন্ত্ৰী শ্বেখ ৰছিদ আহমেদৰ হুংকাৰ ভাৰতক।
  • পাকিস্তানৰ ওপৰত নজৰ দিলে চকু উলিয়াই নিয়াৰ হুংকাৰ।
  • ভিডিঅ'টোত মন্ত্ৰীগৰাকীয়ে কয় – 'ইমৰাণ খানে কৈছে যে পাকিস্তান আমাৰ বাবে জীৱন, পাকিস্তানেই মৰণ।
  • 'যদি কোনোৱে পাকিস্তানলৈ চকু তুলি চায় তেন্তে চকু উলিয়াই দিয়া হ'ব।'
  • 'শান্তিয়ে হওক বা যুদ্ধই হওক, ইমৰাণ খানৰ লগত ২০ কোটি লোক সাজু আছে।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in