বিজেপিৰ ৱেবছাইট হেক কৰিলে পাকিস্তানে…

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • ছত্তীশগড় ৰাজ্যিক বিজেপিৰ ৱেবছাইট হেক।
  • পাকিস্তানী হেকাৰে হেক কৰে ৰাজ্যখনৰ বিজেপি ৱেবছাইটসমূহ।
  • ৰাজ্যিক বিজেপি আই টি চেল মুৰব্বী ডি মাশ্বকে এই সন্দৰ্ভত কয়-
  • '১০০ৰো অধিক ৱেবছাইট হেক কৰা হৈছে।'
  • 'ইয়াৰে ভিতৰত আমাৰ ৱেবছাইটো আছে।'
  • 'আমি এই সন্দৰ্ভত এক গোচৰ ৰুজু কৰিছো।'
  • 'তেওঁলোকে আমাক প্ৰত্যক্ষভাৱে হৰুৱাব নোৱাৰে বাবেই এনেধৰণৰ কামবোৰ কৰিছে।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in