বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব লগীয়া ৰাজ্যত দিয়া হৈছে পদ্মশ্ৰী বঁটা : মনপ্ৰীত সিং বাদল

বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব লগীয়া ৰাজ্যত দিয়া হৈছে পদ্মশ্ৰী বঁটা : মনপ্ৰীত সিং বাদল

ডিজিটেল ডেস্ক : ২০২১ বৰ্ষৰ বাজেটত এবিচিডি বিচাৰি আছে কংগ্ৰেছ নেতা তথা পাঞ্জাৱৰ বিত্তমন্ত্ৰী মনপ্ৰীত সিং বাদলে । তেওঁ কয় যে মই বাজেটত এবিচিডি বিচাৰি আছো। মই বাজেটত বিচাৰিছো এ. কৃষি, বি. বেঙ্কিং, চি. কোভিড আৰু ডি. প্ৰতিৰক্ষা, আৰু মই বাজেটত পাইছো এ. অসম, বি. বেংগল আৰু চি. চেন্নাই। যিহেতু এই ৰাজ্য সমূহত ২০২১ বৰ্ষত নিৰ্বাচন অনুষ্ঠিত হ'ব ।

মনপ্ৰীত সিং বাদলে কয় যে "ভাৰতত পদ্মশ্ৰী বঁটাও সেই ৰাজ্যত দিয়া হৈছে য'ত ২০২১ বৰ্ষত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব ।স্বাস্থ্য খণ্ডত কোভিড ঔষধো অন্তৰ্ভুক্ত আছে যদিও যোৱা বছৰৰ বাজেটতকৈ ১ শতাংশ হ্ৰাস পাইছে । এমএছএমইক ১৫ কোটি টকাতকৈ আৰু অধিক প্ৰয়োজন আছিল ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in