বিশাখাপট্টনমৰ পৰা মহাৰাষ্ট্ৰলৈ গ’ল ‘অক্সিজেন এক্সপ্ৰেছ’…

বিশাখাপট্টনমৰ পৰা মহাৰাষ্ট্ৰলৈ গ’ল ‘অক্সিজেন এক্সপ্ৰেছ’…
  • বিশাখাপট্টনমৰ পৰা মহাৰাষ্ট্ৰলৈ ৰাওনা অক্সিজেন এক্সপ্ৰেছ ।
  • মহাৰাষ্ট্ৰত কোভিড ৰোগীৰ সংখ্যা বৃদ্ধিৰ ফলত নাটনি হৈছিল অক্সিজেনৰ ।
  • বৃহস্পতিবাৰে সন্ধিয়া নেচনেল ষ্টীল কৰ্পোৰেচনৰ পৰা মহাৰাষ্ট্ৰলৈ ৰাওনা হয় অক্সিজেন এক্সপ্ৰেছ ।
  • প্ৰতিখন টেংকাৰত ১৫ টন এলএমঅ' ভৰ্তি কৰা হৈছে বুলি ৰেল বিষয়াই জানিব দিয়ে ।
  • ইফালে মহাৰাষ্ট্ৰত কোভিড সংক্ৰমনৰ সংখ্যা দ্ৰুত গতিত হ্ৰাস পাইছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in