শেহতীয়া খবৰ
কাছাৰত বাৰ্মিজ চিগাৰেট-হিৰ’ইন সহ নিচাজাতীয় টেবলেট জব্দ...  •  অসমত পুনৰ ২১৬৭ জন কোভিড পজিটিভ, ৩৬জনে হেৰুৱালে প্ৰাণ...  •  নগাঁৱৰ ৰত্নপুৰৰ প্ৰকৃতিপ্ৰেমী ব্যক্তিয়ে কাছ মেলিলে বটদ্ৰৱা থানৰ আকাশী গংগাত...  •  বালাজান তিনালী ব্যৱসায়িক সন্থাৰ প্ৰতিষ্ঠা দিৱস উদযাপন...  •  কোৰোনাত আক্ৰান্ত ৰেল বিভাগ  •  মূৰত আছে মন্ত্ৰীৰ আশীৰ্বাদ, বিনা বাধাই চোৰাং তেলৰ কাৰবাৰ কৰা অগপ নেতাক গ্ৰেপ্তাৰ...  •  ৰাজ্যত আনল’কঃ কোন জিলাত কেতিয়াৰ পৰা সান্ধ্য আইন!  •  তিনি শিশুক তালিবানী নিৰ্যাতন চলোৱা জগত পেগুক কঠোৰ শাস্তি বিহাৰ দাবী দল-সংগঠনৰ...  •  বিশিষ্ট অধিবক্তা-সুলেখক দিলীপ হাজৰিকাৰ পত্নী অধ্যাপিকা বীণা হাজৰিকা আৰু নাই...  •  বিশিষ্ট অধিবক্তা-সুলেখক দিলীপ হাজৰিকাৰ পত্নী অধ্যাপিকা বীণা হাজৰিকা আৰু নাই...

বিশাখাপট্টনমৰ পৰা মহাৰাষ্ট্ৰলৈ গ’ল ‘অক্সিজেন এক্সপ্ৰেছ’…

  • বিশাখাপট্টনমৰ পৰা মহাৰাষ্ট্ৰলৈ ৰাওনা অক্সিজেন এক্সপ্ৰেছ ।
  • মহাৰাষ্ট্ৰত কোভিড ৰোগীৰ সংখ্যা বৃদ্ধিৰ ফলত নাটনি হৈছিল অক্সিজেনৰ ।
  • বৃহস্পতিবাৰে সন্ধিয়া নেচনেল ষ্টীল কৰ্পোৰেচনৰ পৰা মহাৰাষ্ট্ৰলৈ ৰাওনা হয় অক্সিজেন এক্সপ্ৰেছ ।
  • প্ৰতিখন টেংকাৰত ১৫ টন এলএমঅ’ ভৰ্তি কৰা হৈছে বুলি ৰেল বিষয়াই জানিব দিয়ে ।
  • ইফালে মহাৰাষ্ট্ৰত কোভিড সংক্ৰমনৰ সংখ্যা দ্ৰুত গতিত হ্ৰাস পাইছে ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি