শেহতীয়া খবৰ
চৰকাৰে কৃষকসকলক বিভাজিত কৰি আন্দোলনটোক নিষ্ফল কৰাৰ প্ৰয়াস কৰিছেঃ প্ৰফেচৰ দৰ্শনপাল...  •  দেশৰ ১ লাখ ছাত্ৰ-ছাত্ৰীয়ে ব্যক্তিগতখণ্ডৰ বিদ্যালয় এৰি চৰকাৰী বিদ্যালয়লৈ ঢাপলি মেলিছে কিয়...  •  ধনশিৰি আছুত মোক্ষম আঘাত,আছু ত্যাগ কৰি যোগদান কৰিলে চুতীয়া ছাত্ৰ সন্থাত...  •  বিটিচিত বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিবঃ ৰঞ্জিত দাস...  •  সাংস্কৃতিক কৰ্মী বুন বৰাৰ উদ্যোগত বিন্দাচ অৰিজিনেল নামৰ আন্তঃৰাষ্ট্ৰীয় মনোৰঞ্জন ধৰ্মী এপৰ শুভাৰম্ভ...  •  ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰ হোৱা অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীৰ ভাতৃ চৌভিক চক্ৰৱৰ্তীৰ জামিন মঞ্জুৰ...  •  বোকাজানৰ অসম-নাগালেণ্ড সীমান্তৰ লাহৰিজানত বিধ্বংসী অগ্নিকাণ্ড...  •  ব্ৰিটেইনে উদ্ভাৱন কৰিলে কোভিড ভেকচিন, অহা সপ্তাহৰ পৰা আৰম্ভ হ’ব টিকাকৰণ...  •  ব্ৰিটেইনে উদ্ভাৱন কৰিলে কোভিড ভেকচিন, অহা সপ্তাহৰ পৰা আৰম্ভ হ’ব টিকাকৰণ...  •  বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ বাসগৃহত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস...

চীনৰ আগত কেতিয়াও অৱনমিত নহওঁঃ অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী মৰিচন…

177

ডিজিটেল ডেস্কঃ অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী স্কট মাৰিচনে কয় যে তেওঁৰ দেশৰ খন চীনৰ দমনৰ আগত অৱনমিত নহয়। চীনে ১৪ দফীয়া এখন অভিযোগ পত্ৰ জাৰি কৰাৰ পিছত মৰিচনে ইয়াৰ তীক্ষ্ণ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

উল্লেখ্য যে, এজন চীনা বিষয়াই অষ্ট্ৰেলিয়ান মিডিয়াক ১৪টা অভিযোগৰ এখন তালিকা প্ৰদান কৰিছে। ইয়াত দুয়োখন দেশৰ মাজত বৰ্ধমান উত্তেজনাৰ কাৰণ উল্লেখ কৰা হৈছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি