বেংকত জৰুৰী কাম আছে নেকি? যোৱাৰ পূৰ্বে পঢ়ক এই খবৰ…

বেংকত জৰুৰী কাম আছে নেকি? যোৱাৰ পূৰ্বে পঢ়ক এই খবৰ…

ডিজিটেল ডেস্কঃ কোৰোনা ভাইৰাছৰ বৰ্দ্ধিত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি দেশৰ বহুকেইটা বেংকে পূৰ্বতকৈ পৃথকভাৱে কিছু কাৰ্যপন্থা গ্ৰহণ কৰিছে। ইয়াৰ মাজতে ভাৰতীয় ষ্টেট বেংকে শেহতীয়াকৈ গ্ৰহণ কৰিছে এটা বিশেষ সিদ্ধান্ত। বেংক খোলা সময়ৰ সালসলনিৰ লগতে কাৰ্যালয়লৈ আহিব লগা কৰ্মচাৰীৰো হ্ৰাস কৰিছে বিত্তীয় প্ৰতিষ্ঠানটোৱে। একাংশ কৰ্মচাৰীক নিৰ্দেশ প্ৰদান কৰা হৈছে যে, তেওঁলোকে ঘৰ পৰাই অনলাইনৰ জৰয়তে ভিন্ন কাম সমাপন কৰক।

ইফালে বেংকটোৱে কাৰ্যালয় খোলাৰ সময়ৰ ক্ষেত্ৰতো গ্ৰহণ কৰিছে এক সিদ্ধান্ত। বেংকটোৰ ৱেবচাইট অনুসৰি, দেশৰ সকলো প্ৰান্তৰ বান্স অফিচ এতিয়াৰে পৰা খোলা হব ১১.৩০বজাত। অৱশ্যে কিছু কিছু অঞ্চলত বেংক খোলা আৰু বন্ধ কৰাৰ সময়ৰ সলনি হ'বও পাৰে। আপোনাৰ অঞ্চলৰ বান্স অফিচ কেতিয়া খুলিব সেই তথ্য https://www.sbi.co.in/documents/136/1364568/Working+Branches+22052020.pdf/588d3aef-426d-8bbd-2c1a-e3159a2854d1?t=1590133498748 জৰিয়তে লাভ কৰিব পাৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in