শেহতীয়া খবৰ
এবছৰে পোৱা নাই দৰমহা, ডিমা হাচাওত ৫জুনৰ পৰা স্তদ্ধ হ'ব বিশুদ্ধ খোৱাপানীৰ যোগান... • কোকৰাঝাৰ আইন মহাবিদ্যালয়ৰ কোৱাৰেণ্টাইন চেণ্টাৰৰ পেলনীয়া সামগ্ৰীয়ে ভাবুকি কঢ়িয়াইছে জনজীৱনলৈ... • লামডিঙত চেলুন সন্থাৰ মৌন প্ৰতিবাদঃ চেলুন সমূহ খুলি দিয়াৰ দাবীৰে উপাযুক্তক স্মাৰক পত্ৰ প্ৰদান... • ধেমাজিত পুনৰ কোৰোনাত আক্ৰান্ত ২জন... • চতুৰ্থ পৰ্যায়ৰ লকডাউনৰ শেষৰ দিনটোত পূৰ্বৰ সকলো ৰেকৰ্ড ভংগ কৰিলে কোৰোনাই... • আজি দিনৰ ১১বজাত প্ৰধানমন্ত্ৰীৰ 'মন কী বাত' • শনিবাৰৰ দিনটোত দেশত কোৰোনাত আক্ৰান্ত হ'ল ৮হাজাৰো অধিক লোক... • শনিবাৰৰ দিনটোত দেশত কোৰোনাত আক্ৰান্ত হ'ল ৮হাজাৰো অধিক লোক... • এমাহ ধৰি সন্ধানহীন ভকচং হাতীগড়ৰ দুই সন্তানৰ পিতৃ... • আৰু ৩১জনৰ দেহত কোভিড-১৯, বহিঃৰাজ্যৰ পৰা বিমানেৰে অহা ২০জন আক্ৰান্ত কোৰোনাত...

বেংকত জৰুৰী কাম আছে নেকি? যোৱাৰ পূৰ্বে পঢ়ক এই খবৰ…

17,617

ডিজিটেল ডেস্কঃ কোৰোনা ভাইৰাছৰ বৰ্দ্ধিত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি দেশৰ বহুকেইটা বেংকে পূৰ্বতকৈ পৃথকভাৱে কিছু কাৰ্যপন্থা গ্ৰহণ কৰিছে। ইয়াৰ মাজতে ভাৰতীয় ষ্টেট বেংকে শেহতীয়াকৈ গ্ৰহণ কৰিছে এটা বিশেষ সিদ্ধান্ত। বেংক খোলা সময়ৰ সালসলনিৰ লগতে কাৰ্যালয়লৈ আহিব লগা কৰ্মচাৰীৰো হ্ৰাস কৰিছে বিত্তীয় প্ৰতিষ্ঠানটোৱে। একাংশ কৰ্মচাৰীক নিৰ্দেশ প্ৰদান কৰা হৈছে যে, তেওঁলোকে ঘৰ পৰাই অনলাইনৰ জৰয়তে ভিন্ন কাম সমাপন কৰক।

ইফালে বেংকটোৱে কাৰ্যালয় খোলাৰ সময়ৰ ক্ষেত্ৰতো গ্ৰহণ কৰিছে এক সিদ্ধান্ত। বেংকটোৰ ৱেবচাইট অনুসৰি, দেশৰ সকলো প্ৰান্তৰ বান্স অফিচ এতিয়াৰে পৰা খোলা হব ১১.৩০বজাত। অৱশ্যে কিছু কিছু অঞ্চলত বেংক খোলা আৰু বন্ধ কৰাৰ সময়ৰ সলনি হ’বও পাৰে। আপোনাৰ অঞ্চলৰ বান্স অফিচ কেতিয়া খুলিব সেই তথ্য https://www.sbi.co.in/documents/136/1364568/Working+Branches+22052020.pdf/588d3aef-426d-8bbd-2c1a-e3159a2854d1?t=1590133498748 জৰিয়তে লাভ কৰিব পাৰে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি