টুইটাৰৰ জৰিয়তে ছেক্স ৰেকেট চলোৱা এজনক আটক

টুইটাৰৰ জৰিয়তে ছেক্স ৰেকেট চলোৱা এজনক আটক
  • টুইটাৰৰ জৰিয়তে ছেক্স ৰেকেট চলোৱা এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে অসম আৰক্ষী।
  • পাণবজাৰৰ মিনাৰ্ভা হোটেলৰ পৰা আটক কৰা হয় লোকজনক।
  • আটকাধীন লোকজনৰ নাম নয়নমণি পাটোৱাৰী।
  • শুক্ৰবাৰে ক্ৰাইমবাঞ্চৰ জালত পৰিছে নয়নমণি পাটোৱাৰী নামৰ লোকজন।
  • টুইটাৰৰ জৰিয়তে বিজ্ঞাপন প্ৰকাশেৰে দেহ ব্যৱসায় চলাই আছিল এই লোকজনে।
  • অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ নিৰ্দেশত তৎপৰতাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে তেওঁক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in