কোভিড-১৯ঃ অসমত পুনৰ এগৰাকী মহিলাই হেৰুৱালে প্ৰাণ…

কোভিড-১৯ঃ অসমত পুনৰ এগৰাকী মহিলাই হেৰুৱালে প্ৰাণ…
  • অসমত কোৰোনাত আক্ৰান্ত হৈ আকৌ এজনে হেৰুৱালে প্ৰাণ।
  • কামৰূপৰ দেৱী কাকতি নামৰ মহিলাগৰাকীৰ মৃত্যু কোৰোনাত আক্ৰান্ত হৈ।
  • ২ জুলাইত বশিষ্ঠৰ ১৫১ বেছ হাস্পতালত ভৰ্তি কৰা হৈছিল তেওঁ।
  • ডায়েবেটিছ ৰোগতো আক্ৰান্ত আছিল মহিলাগৰাকী।
  • ইয়াৰ পূৰ্বেও মঙলবাৰে আৰু এজন লোকে কোভিড-১৯ত আক্ৰান্ত হৈ হেৰুৱাই প্ৰাণ।
  • ৰাজ্যত ১৬জনলৈ বৃদ্ধি পালে এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in