কাশ্মীৰৰ বিজবেহাৰাত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত নিহত সন্ত্ৰাসবাদী…

কাশ্মীৰৰ বিজবেহাৰাত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত নিহত সন্ত্ৰাসবাদী…
  • কাশ্মীৰৰ বিজবেহাৰাত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত নিহত এজন সন্ত্ৰাসবাদী।
  • অঞ্চলটোত সোমবাৰে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান চলাইছিল নিৰাপত্তাৰক্ষীয়ে।
  • অঞ্চলটোত এটা সন্ত্ৰাসবাদীৰ দল আত্মগোপন কৰি থকাৰ গোপন খবৰৰ পিছতে চলোৱা হৈছিল অভিযান।
  • অভিযানত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘটিত হয় প্ৰচণ্ড গুলীয়াগুলি।
  • এই সংঘৰ্ষত এজন সন্ত্ৰাসবাদী নিহত হোৱা বুলি জনাইছে কাশ্মীৰ জ'ন আৰক্ষীয়ে।
  • নিহত সন্ত্ৰাসবাদী জনৰ পৰা উদ্ধাৰ কৰা হৈছে অস্ত্ৰ শস্ত্ৰ আৰু নথি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in