শেহতীয়া খবৰ
দেহত নাই কোৰোনা ভাইৰাছ, আনন্দত নাচি উঠিল যুৱতীঃ চাওক VIDEO  •  ক্ৰিকেটৰ খেলপথাৰত নহয়, এইবাৰ ইনষ্টাগ্ৰামতো অভিলেখ বিৰাট কোহলীৰ...  •  ধাৰা ৩৭০ বাতিলৰ পিছত মোডীক সমালোচনা কৰা বৃটিছ সাংসদক বিমান বন্দৰতে আৱদ্ধ, উভতাই পঠিওৱা হ’ল ডুবাইলৈ  •  বিশিষ্ট চলচ্ছিত্ৰ প্ৰযোজক প্ৰাঞ্জল ভৰালী আৰু নাই...  •  পুৰণিগুদামৰ BKB মহাবিদ্যালয়ৰ সাংস্কৃতিক শোভাযাত্ৰাঃ উপস্থাপন হ'ল অভিজিৎ-নিলোৎপলৰ হত্যাকাণ্ড...  •  উৰণীয়া সেতুৰ পৰা বাগৰি পৰিল দ্ৰুতবেগী বাহন, নিহত ১, আহত ৫  •  বন্ধ হ’ব ভোডাফোন আইডিয়া...  •  অসম চুক্তিৰ ৬নং দফা কাৰ্যকৰী কৰাৰ বাবে কেন্দ্ৰক কি কি পৰামৰ্শ দিলে উচ্চস্তৰীয় কমিটিয়ে...  •  মঙলদৈৰ নাহৰবাৰীত শ্ৰী শ্ৰী ৰুদ্ৰ মহাযজ্ঞ আৰু গৰখীয়া ভোগ নিবেদন...  •  আজি উত্তৰ প্ৰদেশ চৰকাৰে দাখিল কৰিব ২০২০-২১ বৰ্ষৰ বাজেট...

কাশ্মীৰৰ বিজবেহাৰাত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত নিহত সন্ত্ৰাসবাদী…

195
  • কাশ্মীৰৰ বিজবেহাৰাত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত নিহত এজন সন্ত্ৰাসবাদী।
  • অঞ্চলটোত সোমবাৰে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান চলাইছিল নিৰাপত্তাৰক্ষীয়ে।
  • অঞ্চলটোত এটা সন্ত্ৰাসবাদীৰ দল আত্মগোপন কৰি থকাৰ গোপন খবৰৰ পিছতে চলোৱা হৈছিল অভিযান।
  • অভিযানত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘটিত হয় প্ৰচণ্ড গুলীয়াগুলি।
  • এই সংঘৰ্ষত এজন সন্ত্ৰাসবাদী নিহত হোৱা বুলি জনাইছে কাশ্মীৰ জ’ন আৰক্ষীয়ে।
  • নিহত সন্ত্ৰাসবাদী জনৰ পৰা উদ্ধাৰ কৰা হৈছে অস্ত্ৰ শস্ত্ৰ আৰু নথি।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি