নাৰায়ণপুৰত উদ্ধাৰ বিজু ফুকনৰ মৃতদেহ

নাৰায়ণপুৰত উদ্ধাৰ বিজু ফুকনৰ মৃতদেহ
  • লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ শিমলুগুৰিত মৃতদেহ উদ্ধাৰ৷
  • শিমলুগুৰি বালিকা এম ই স্কুলৰ সমীপৰ এটা পুখুৰীত উদ্ধাৰ হয় মৃতদেহটো৷
  • মৃত ব্যক্তিজনৰ নাম বিজু ফুকন বুলি জানিব পৰা গৈছে৷
  • শিমলুগুৰি গাঁৱত ঘৰ আছিল বিজু ফুকনৰ৷
  • ১৩ ডিচেম্বৰৰ নিশৰ পৰা নিৰুদ্দেশ হৈ আছিল ব্যক্তিজন৷
  • অত্যাধিক মদ্যপানৰ ফলতে পুখুৰীত পৰি মৃত্যু হোৱাৰ সন্দেহ ব্যক্তিজনৰ৷
  • শিমলুগুৰি আঞ্চলিক গাঁওৰক্ষী বাহিনীৰ সম্পাদক আছিল মৃত বিজু ফুকন৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in