চলন্ত বিমানৰ ভিতৰতে এজনৰ মৃত্যু…

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • চলন্ত বিমানৰ ভিতৰতে এজন লোকৰ মৃত্যু।
  • চেন্নাইৰ পৰা গুৱাহাটী অভিমুখী বিমানত সংঘটিত এই ঘটনা।
  • ৬০০৬ নম্বৰ ইণ্ডিগ' বিমানত সংঘটিত এই ঘটনা।
  • মৃত লোকজন বঙাইগাঁৱৰ হাইদৰ আলী।
  • দেওবাৰে সন্ধিয়া ৭.২০ বজাত বৰঝাৰ বিমান বন্দৰত অৱতৰণ কৰে বিমানখন।
  • বিমানৰ ভিতৰত যাত্রীৰ মৃত্যুৰ খবৰ গাপ দিয়াৰ চেষ্টা ইণ্ডিগ' বিমান কৰ্তৃপক্ষৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in