গছ উভালি পৰি চিৰিয়াখানাত নিহত এজন, আহত ১০জন

গছ উভালি পৰি চিৰিয়াখানাত নিহত এজন, আহত ১০জন
  • হাইদৰাবাদ চিৰিয়াখানাত অঘটন।
  • গছ উভালি পৰি এজন লোকৰ মৃত্যু।
  • ইফালে আহত হৈছে ১০ জন লোক।
  • শনিবাৰে সংঘটিত হৈছে এই ঘটনা।
  • ৰাজ্য চৰকাৰে মৃতকৰ পৰিয়াললৈ ৫ লাখ টকাৰ সাহাৰ্য ঘোষণা কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in