Published on:
Updated on:
- ৰঙাপৰাত আবকাৰী বিভাগৰ অভিযান।
- অভিযানত বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা জব্দ।
- ভালুকপুঙৰ পৰা তেজপুৰলৈ নি থকা অৱস্থাত জব্দ কৰা হৈছে সুৰাখিনি।
- AS 12 H 3569 নম্বৰৰ মটৰচাইকেলত উদ্ধাৰ সুৰাখিনি।
- সুৰাসহ অংশুমান দাস নামৰ এজনক আটক আৰক্ষীৰ।
Code:
Asomiya Pratidin
www.asomiyapratidin.in