ভুৱা লিগেচী ব্যৱহাৰ, গহপুৰত এজনক গ্ৰেপ্তাৰ

ভুৱা লিগেচী ব্যৱহাৰ, গহপুৰত এজনক গ্ৰেপ্তাৰ
  • এনআৰচিত ভুৱা লিগেচী ব্যৱহাৰৰ অভিযোগত গহপুৰত গ্ৰেপ্তাৰ এজন।
  • ভুৱা লিগেচী ব্যৱহাৰ কৰি এন আৰ চিত নাম অন্তৰ্ভূক্তিৰ অপচেষ্টা চলাইছিল লোকজনে।
  • ধৃত লোকজনৰ নাম বিজয় কুমাৰ চৌহান।
  • গহপুৰৰ গোপালবস্তিত ঘৰ লোকজনৰ।
  • ভুৱা লিগেচী ব্যৱহাৰ কৰা বুলি এন আৰ চি সেয়া কেন্দ্ৰই লোকজনৰ বিৰুদ্ধে কৰিছিল অভিযোগ।
  • ইয়াৰ পিছতে হেলেম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে লোকজনক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in