মহানগৰীত মৰফিনসহ এজনক আটক…

মহানগৰীত মৰফিনসহ এজনক আটক…
  • মহানগৰীত নিষিদ্ধ মৰফিন জব্দ।
  • ৩২০ গ্রাম মৰফিনসহ সৰবৰাহকাৰীক আটক।
  • গুৱাহাটী ৰে'লৱে ষ্টেচনত চণ্ডীগড় এক্সপ্রেছৰ পৰা জব্দ।
  • ধৃত সৰবৰাহকাৰীজন উত্তৰ প্রদেশৰ নাভাল কিশোৰ।
  • GRPৰ ভাৰপ্রাপ্ত বিষয়া প্রসেনজিৎ দাসৰ নেতৃত্বত চলিছিল অভিযান।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in