শেহতীয়া খবৰ
১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব উপ-পৰিদৰ্শক পদৰ শাৰীৰিক পৰীক্ষা...  •  ১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব উপ-পৰিদৰ্শক পদৰ শাৰীৰিক পৰীক্ষা...  •  এ আই ইউ ডি এফৰ লগত হোৱা মিত্ৰতাই কংগ্ৰেছৰ একো ক্ষতি নকৰে : কংগ্ৰেছ নেতা অনিৰুদ্ধ সিং...  •  পুনেৰ চিৰাম ইনষ্টিটিউটৰ নিৰ্মাণৰত অট্টালিকাত অগ্নিকাণ্ড, নিহত পাঁচ গৰাকী...  •  ছয়গাঁৱৰ গৰৈমাৰীত তীৰখেলত ব্যৱহৃত সামগ্ৰী, নগদ ধনসহ আটক ২ জন...  •  পত্নীৰ সন্মুখতে লাঠীৰে কোৱাই কোৱাই হত্যা কৰিলে স্বামীক, আহত কেইবাজনো...  •  নগাঁও জিলাৰ চমুৱাগাঁওত ঋণগ্ৰস্ত কৃষিজীৱি আৰু শ্ৰমজীৱি মহিলাৰ অভিবৰ্তন...  •  ২৩-২৪ জানুৱাৰীত বিহপুৰীয়াত অসম বিজ্ঞান সমিতিৰ ৫৩ সংখ্যক অধিৱেশন...  •  অতীন দাসলৈ আগবঢ়োৱা হৈছে 'গণৰাজ্য দিৱস সাংবাদিকতা বঁটা ২০২১'...  •  বিহালীৰ মাদুৰালীত ভয়ংকৰ পথ দূৰ্ঘটনা, আল্ট্ৰা বাছে মহতীয়াই নিলে স্কুলীয়া ছাত্ৰক...

এটা ৰোমান্টিক প্ৰস্তাৱৰ সময়তে ঘটিল আচম্বিত ঘটনা, ৬৫০ ফুট উচ্চতাৰ পৰা পিছলি পৰিল যুৱতী…

2,655

ডিজিটেল ডেস্কঃ এটা ৰোমান্টিক প্ৰস্তাৱ কাল হ’ল এগৰাকী যুৱতীৰ বাবে। প্ৰস্তাৱটোৰ পিছত যুৱতী গৰাকীয়ে সন্মতি প্ৰদান কৰাৰ সময়তে আচম্বিতে ৬৫০ ফুট উচ্চতাৰ পৰা পিছলি তলত পৰিলগৈ যুৱতী গৰাকী।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ খবৰ অনুস,ৰি ২৭ বছৰীয়া এজন যুৱকে তেওঁৰ প্ৰেমিকাক বিয়াৰ বাবে প্ৰস্তাৱ দিয়াৰ সময়ত সংঘটিত হৈছে এই ঘটনাৰ ।অষ্ট্ৰিয়াৰ কেৰিথিয়াত সংঘটিত এই ঘটনাৰ প্ৰেমিকা গৰাকীৰ বয়স ৩২ বছৰ। ২৭ ডিচেম্বৰত তেওঁলোক ফ্লাংকেট পৰ্বতলৈ গৈছিল আৰু তাতেই তেওঁক বিবাহৰ প্ৰস্তাৱ দিছিল প্ৰেমিকজনে। কিন্তু কিছু পলৰ পিছতে পৰ্বতটোৰ পৰা পিছলি পৰে মহিলা গৰাকী।

অৱশ্যে সৌভাগ্যক্ৰমে মৃত্যুৰ পৰা ৰক্ষা পৰিলে যুৱতীগৰাকী। প্ৰকাশিত ৰাষ্ট্ৰীয় মাধ্যমৰ খবৰ অনুসৰি, প্ৰেমিকা গৰাকী ৬৫০ ফুট উচ্চতাৰ পৰা পিছলি পৰি পৰিলগৈ এখন বৰফৰ সমভূমিত। যাৰ বাবে অধিক আঘাট প্ৰাপ্ত নহ’ল যুৱতী গৰাকী। বৰ্তমান দুয়ো সুৰক্ষিত বুলি জানিব পৰা গৈছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি