১২ তৈল ক্ষেত্ৰ ব্যক্তিগত খণ্ডক গতোৱাৰ বিৰোধিতাৰে অইল কৰ্মচাৰী ইউনিয়নৰ প্ৰতিবাদ

১২ তৈল ক্ষেত্ৰ ব্যক্তিগত খণ্ডক গতোৱাৰ বিৰোধিতাৰে অইল কৰ্মচাৰী ইউনিয়নৰ প্ৰতিবাদ
  • অইলৰ ১২খন তৈলক্ষেত্ৰ ব্যক্তিগত খণ্ডক গতোৱাৰ সিদ্ধান্তৰ বিৰোধিতা।
  • অইলৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ।
  • অইল কৰ্মচাৰী ইউনিয়নৰ উদ্যোগত এই প্ৰতিবাদ।
  • কেন্দ্ৰীয় চৰকাৰে অইলৰ যোৰাজান আৰু টেঙাখাত তৈলক্ষেত্ৰ ব্যক্তিগত খণ্ডক গতোৱাৰ সিদ্ধান্তৰ বিৰোধিতা ইউনিয়নৰ।
  • ইফালে ইয়াৰ লগতে ২০১৯ চনৰ ১৮ জানুৱাৰীত কেইবাখনো তৈলক্ষেত্ৰৰ বাবে নিবিদা আহ্বান কৰিছে চৰকাৰে।
  • হালধিবাৰী, মহাকালী, ছাউথ ৰাজগড়, উমাতৰা আৰু ডাইচাজান তৈলক্ষেত্ৰৰ বাবে নিবিদাৰ আহ্বান কৰিছে চৰকাৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in