শেহতীয়া খবৰ
হোলী উদযাপন নকৰে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে...  •  আবিৰৰ ৰঙেৰে ৰঙীন হৈছে ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহো...  •  কামপুৰৰ ইতিহাস প্ৰসিদ্ধ বিষ্ণুপুৰী থানত আৰম্ভ শ্ৰীকৃষ্ণৰ দৌল মহোৎসৱ...  •  পুনৰ দিল্লীত হত্যাৰ বলি অসমীয়া যুৱতী  •  ৰহাত বন বিভাগৰ জালত চোৰাং শাল আৰু চেগুন কাঠসহ ২জন, চাওক VIDEO  •  পশ্চিম কাৰ্বি আংলঙত খাদ্যত বিষক্ৰিয়া হৈ অসুস্থ ২৫জন লোক  •  ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰীৰ বাবে ভাল খবৰ...  •  ‘মই ভাল পত্নী নহয়, কাৰণ মই ৰান্ধনিঘৰৰ একো কামেই নাজানো’- প্ৰিয়ংকা চোপ্ৰা...  •  মাৰ্ঘেৰিটাত জৰাজীৰ্ণ পথ নিৰ্মাণৰ দাবীত ৰাইজৰ প্ৰতিবাদ  •  জম্মু-কাশ্মীৰত পাক সেনাৰ গুলীচালনাত নিহত ভাৰতীয় সেনা জোৱান...

নুমলীগড়ত অবৈধ চোৰাং তেলসহ টেংকাৰ জব্দ

43
  • নুমলীগড়ৰ দৈগ্ৰোঙ পাতকটীয়াত অবৈধ চোৰাং তেলৰ ঘাটিৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান।
  • অভিযানত উৎখাত অবৈধ চোৰাং তেলৰ ঘাটি।
  • এজন লোকৰ ঘৰত টেংকাৰৰ পৰা তেল উলিয়াই থাকোতে পোহৰলৈ আহে এই ঘটনা।
  • জ্যোতি গগৈ নামৰ এজন লোকৰ ঘৰত তেল উলিয়াই আছিল টেংকাৰখনে।
  • টেংকাৰখনৰ নম্বৰ এএছ২৫-ডিচি-১৬০৯।
  • টেংকাৰসহ আৰক্ষীয়ে হাতে-লোটে জব্দ কৰে বৃহৎ পৰিমাণৰ তেল।
  • ইফালে আটক কৰা হয় টেংকাৰখনৰ চালকক।
  • উল্লেখ্য যে, আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি