নুমলীগড়ত অবৈধ চোৰাং তেলসহ টেংকাৰ জব্দ

নুমলীগড়ত অবৈধ চোৰাং তেলসহ টেংকাৰ জব্দ
  • নুমলীগড়ৰ দৈগ্ৰোঙ পাতকটীয়াত অবৈধ চোৰাং তেলৰ ঘাটিৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান।
  • অভিযানত উৎখাত অবৈধ চোৰাং তেলৰ ঘাটি।
  • এজন লোকৰ ঘৰত টেংকাৰৰ পৰা তেল উলিয়াই থাকোতে পোহৰলৈ আহে এই ঘটনা।
  • জ্যোতি গগৈ নামৰ এজন লোকৰ ঘৰত তেল উলিয়াই আছিল টেংকাৰখনে।
  • টেংকাৰখনৰ নম্বৰ এএছ২৫-ডিচি-১৬০৯।
  • টেংকাৰসহ আৰক্ষীয়ে হাতে-লোটে জব্দ কৰে বৃহৎ পৰিমাণৰ তেল।
  • ইফালে আটক কৰা হয় টেংকাৰখনৰ চালকক।
  • উল্লেখ্য যে, আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in