অইলত চাকৰি হিমাৰ

অইলত চাকৰি হিমাৰ
  • স্বৰ্ণকন্যা হিমা দাসক ইণ্ডিয়ান অইল কৰ্প'ৰেচন লিমিটেডে প্ৰদান কৰিছে চাকৰি।
  • আই অ চি এলৰ অসম শাখাৰ গুৱাহাটীস্থিত ৰাজ্যিক কাৰ্যালয়ত নিযুক্তি হিমাক।
  • মানৱ সম্পদ বিষয়াৰ পদত নিযুক্তি দিয়া হৈছে হিমা দাসক।
  • এই কথা জনালে ইণ্ডিয়ান অইল কৰ্প'ৰেচনৰ মুখ্য মহাপ্ৰবন্ধক উট্টিয়া ভট্টাচাৰ্যই।
  • অৱশ্যে চাকৰিৰ বাবে কাৰ্যালয়ত উপস্থিত থাকিব নালাগে হিমাই।‍

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in