ওড়িশ্যাত তিতলি ঘূৰ্ণি বতাহৰ তাণ্ডৱ, বাতিল ৯খনকৈ ৰে’ল চলাচল

ওড়িশ্যাত তিতলি ঘূৰ্ণি বতাহৰ তাণ্ডৱ, বাতিল ৯খনকৈ ৰে’ল চলাচল
  • ওড়িশ্যাত তিতলি ঘূৰ্ণি বতাহ আৰু ধাৰাসাৰ বৃষ্টিপাত অব্যাহত।
  • ধাৰাসাৰ বৰষুণৰ ফলত বৃদ্ধি পাইছে ৰাজ্যখনৰ নদীসমূহৰ জলপৃষ্ঠ।
  • জলপৃষ্ঠৰ বিপদসীমালৈ বৃদ্ধি পাইছে নদীৰ জলপৃষ্ঠ।
  • ইয়াৰ ফলত বাতিল কৰা হৈছে ৯খনক ৰে'লৰ চলাচল।
  • যাত্ৰা কৰি থকা সময়তে বাতিল কৰা হয় ১৮৪৪৭ ভূৱনেশ্বৰ-জাগাদালপুৰ হিৰখাণ্ড এক্সপ্ৰেছৰ চলাচল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in