কোভিডৰ সন্দৰ্ভত ওড়িশ্যাৰ মুখ্যমন্ত্ৰীৰ পত্ৰ প্ৰধানমন্ত্ৰীলৈ…

কোভিডৰ সন্দৰ্ভত ওড়িশ্যাৰ মুখ্যমন্ত্ৰীৰ পত্ৰ প্ৰধানমন্ত্ৰীলৈ…

ডিজিটেল ডেস্কঃ ওড়িশ্যাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ এক পত্ৰ লিখিছে, য'ত কোভিড মহামাৰীৰ বাবে কিছু ব্যৱস্থা গ্ৰহণৰ পৰামৰ্শ আগবঢ়াইছে তেওঁ। পত্ৰখনত মুখ্যমন্ত্ৰী পাটনায়কে লিখিছে- 'মুকলি বজাৰত চৰকাৰী ভেকচিন উপলব্ধ কৰা পৰা যায়। যাৰ ফলত নাগৰিকে সেইবোৰ লাভ কৰিব পাৰিব।'

লগতে তেওঁ পত্ৰখনত লিখিছে- 'কোভিড ভেকচিনেশ্যনৰ ক্ষেত্ৰত আমি সাধাৰণ ৰাইজৰ পৰা বৃহৎ সঁহাৰি লাভ ৰকিছো। অৱশ্যে মাজে মাজে এই টীকা যোগান ধৰাৰ ক্ষেত্ৰত প্ৰত্যাহ্বানৰো সৃষ্টি নোহোৱা নহয়…।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in