ওড়িশ্যাৰ ২ লোকসভা, ৯ বিধানসভা সমষ্টিৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ বিজেপিৰ…

ওড়িশ্যাৰ ২ লোকসভা, ৯ বিধানসভা সমষ্টিৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ বিজেপিৰ…
  • সোমবাৰে বিজেপিৰ আৰু এখন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ।
  • ওড়িশ্যাৰ ২টা লোকসভা সমষ্টি প্ৰাৰ্থীৰ তালিকা প্ৰকাশ বিজেপিৰ।
  • লগতে ৯টা বিধানসভা সমষ্টিৰো প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিলে দলটোৱে।
  • সোমবাৰে বিজেপিত যোগ দিয়া খৰ্বেলা ছোৱেইনে কান্ধামাল লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in