শেহতীয়া খবৰ
বন্তি শইকীয়াৰ সৈতে দিল্লীলৈ যোৱা কংকনজ্যোতি বৰাৰ কোৰোনা পৰীক্ষাৰ ফলাফল নিগেটিভ, কোৱাৰেন্টাইন কক্ষৰ পৰা উভতিল ঘৰলৈ • প্ৰৱজিত শ্ৰমিকৰ পৰা ৰে'লে ল'ব নোৱাৰিব ভাড়া, বিনামূলীয়াকৈ দিব লাগিব খাদ্য... • মৰ্মান্তিক ঘটনা! নুমলীগড়ত পুখুৰীত পৰি তিনি শিশুৰ সলিল সমাধি... • নেপালত কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা ১,০৪২ গৰাকীলৈ বৃদ্ধি... • অসমত নতুনকৈ ৩৩ জন লোকৰ দেহত কোৰোনা ভাইৰাছ, ৮৩১লৈ বৃদ্ধি আক্ৰান্তৰ সংখ্যা... • অৱশেষত আৰম্ভ হ'ল সোণতলীৰ আৰিকাটি বৰদিয়া নয়াপাৰা সংযোগী দলং মেৰামতিৰ কাম • বানপানীয়ে প্ৰাণ কাঢ়িলে নগৰবেৰাৰ এগৰাকী কৃষকৰ... • অসম চৰকাৰৰ কৰ্মচাৰীয়ে দৰমহা কেতিয়া পাব, কাটিব নেকি দৰমহাৰ শতাংশ... • ঝাৰখণ্ডত আৰক্ষীৰে সংঘৰ্ষত ৩ নক্সালবাদীৰ মৃত্যু... • "কোৰোনাই নামাৰে, আমি খাবলৈ নাপাইহে মৰি থাকিম, আমাক ৰক্ষা কৰক", কোৱাৰেন্টাইন চেন্টাৰত থকা যুৱকে কিয় ক'লে এনেকৈ, VIDEO

ওড়িশ্যাৰ ২ লোকসভা, ৯ বিধানসভা সমষ্টিৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ বিজেপিৰ…

25
  • সোমবাৰে বিজেপিৰ আৰু এখন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ।
  • ওড়িশ্যাৰ ২টা লোকসভা সমষ্টি প্ৰাৰ্থীৰ তালিকা প্ৰকাশ বিজেপিৰ।
  • লগতে ৯টা বিধানসভা সমষ্টিৰো প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিলে দলটোৱে।
  • সোমবাৰে বিজেপিত যোগ দিয়া খৰ্বেলা ছোৱেইনে কান্ধামাল লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি