ৰাজ্যিক মন্ত্ৰীৰূপে শপত ল’লে নিত্যানন্দ ৰায়, ৰতন লাল কাটাৰিয়া, বি মুৰুলীধৰে

ৰাজ্যিক মন্ত্ৰীৰূপে শপত ল’লে নিত্যানন্দ ৰায়, ৰতন লাল কাটাৰিয়া, বি মুৰুলীধৰে
  • নিত্যানন্দ ৰায়ৰ ৰাজ্যিক মন্ত্ৰীৰূপে শপত গ্ৰহণ।
  • বিহাৰৰ জাজিয়াপুৰৰ পৰা দ্বিতীয়বাৰৰ বাবে সাংসদ হিচাপে নিৰ্বাচিত।
  • উপেন্দ্ৰ কুশবাহাক পৰাস্ত কৰিছিল ৰায়ে।
  • বিহাৰৰ বিজেপি অধ্যক্ষ তেওঁ।
  • অমিত শ্বাহৰ ঘনিষ্ঠ হিচাপেও পৰিচিত নিত্যানন্দ ৰায়।
  • ৰতন লাল কাটাৰিয়াৰ শপত গ্ৰহণ।
  • আম্বালা সমষ্টিৰ দ্বিতীয়বাৰৰ বাবে সাংসদ হিচাপে নিৰ্বাচিত।
  • শপত ল'লে বি মুৰুলীধৰে।
  • মহাৰাষ্ট্ৰৰ পৰা বিজেপিৰ ৰাজ্যসভাৰ সাংসদ তেওঁ।
  • কেৰালা বিজেপিৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ মুৰুলীধৰৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in