নুমলীগড়ৰ গৰৈমাৰীত দেশীয় সুৰাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান…

নুমলীগড়ৰ গৰৈমাৰীত দেশীয় সুৰাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান…
  • নুমলীগড়ৰ কাষৰীয়া কমাৰগাঁৱৰ গৰৈমাৰীত দেশীয় সুৰাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান।
  • বৃহৎ পৰিমাণৰ দেশীয় সুৰা জব্দ কৰি নষ্ট কৰে আৰক্ষীয়ে।
  • অভিযানত ভাঙি লণ্ডভণ্ড কৰে কেইবাটাও সুৰাৰ ঘাটি।
  • অনাগত দিনটো সুৰাৰ বিৰুদ্ধে  অভিযান অব্যাহত থাকিব বুলি জনায় আৰক্ষীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in