শেহতীয়া খবৰ
১ মিনিটত ২৫খবৰ...  •  ধলপুৰ আৰক্ষী চকীত পুনৰ চাৰিজনৰ দেহত কোভিড পজিটিভ..  •  ওদালগুৰি জিলা কাৰাগাৰৰ পৰা চাৰি হাজোতিৰ পলায়ন...  •  অসমঃ স্বাধীনতা দিৱসত কোনে ক'ত কৰিব পতাকা উত্তোলন...সবিশেষ  •  উচ্চতম ন্যায়ালয়ে নিজৰ দায়িত্ব পালন কৰিবই লাগিব,নহলে গণতন্ত্ৰৰ ধংস অনিবাৰ্য...  •  ছয়গাঁৱত কোৰোনাত আক্ৰান্ত এজন লোকৰ মৃত্যু...  •  নাহৰলাগুনত বান, লাগুন নদীৰ বানত ওপঙিছে গাড়ী-মটৰ...  •  ই আই এৰ সন্দৰ্ভত দিল্লী উচ্চ ন্যায়ালয়ত পুনঃবিবেচনাৰ বাবে কেন্দ্ৰই জনোৱা আবেদন নাকচ সবোচ্চ ন্যায়ালয়ৰ...  •  বানৰ পাছত চৰহা পোকে নষ্ট কৰিছে কৃষিভূমিঃ মূৰে-কপালে হাত দিছে কৃষক ৰাইজে, প্ৰতিবাদত নামিছে ছাত্ৰ সন্থা...  •  তীৰ্থযাত্ৰীৰ বাবে সুখবৰ: ১৬ আগষ্টৰ পৰা মুকলি হ'ব বৈষ্ণো দেৱী যাত্ৰা, দৈনিক ৫০০ যাত্ৰী যাব পাৰিব মন্দিৰলৈ...

কেব আমি নামানোঃ নুমলীগড়ত বাগিচাই বাগিচাই চাহ শ্ৰমিকৰ কেবৰ তীব্ৰ প্ৰতিবাদ, VIDEO

49
  • নাগৰিকত্ব সংশোধনী বিধেয়ক দুয়োখন সদনতে গৃহীত হোৱাৰ পাছতে ৰাজ্যত ক্ষোভৰ জুই।
  • নগাঁৱত ওলাই আহিছে প্ৰতিবাদী জনতা।
  • ঢকুৱাখনা-লখিমপুৰত আছুৰ ঠায়ে ঠায়ে ঘাইপথ অৱৰোধ।
  • বিশ্বনাথতো ৰাস্তালৈ ওলাই আহিছে প্ৰতিবাদী ৰাইজ।
  • নুমলীগড়ত বাগিচাই বাগিচাই চাহ শ্ৰমিকৰ কেবৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ ৷
  • কেব কোনো কাৰনতে মানি লোৱা নহব৷ শ্লগানেৰে উত্তাল।
  • ওলাই আহিছে বাগিচাৰ মহিলা।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি