কেব আমি নামানোঃ নুমলীগড়ত বাগিচাই বাগিচাই চাহ শ্ৰমিকৰ কেবৰ তীব্ৰ প্ৰতিবাদ, VIDEO

কেব আমি নামানোঃ নুমলীগড়ত বাগিচাই বাগিচাই চাহ শ্ৰমিকৰ কেবৰ তীব্ৰ প্ৰতিবাদ, VIDEO
  • নাগৰিকত্ব সংশোধনী বিধেয়ক দুয়োখন সদনতে গৃহীত হোৱাৰ পাছতে ৰাজ্যত ক্ষোভৰ জুই।
  • নগাঁৱত ওলাই আহিছে প্ৰতিবাদী জনতা।
  • ঢকুৱাখনা-লখিমপুৰত আছুৰ ঠায়ে ঠায়ে ঘাইপথ অৱৰোধ।
  • বিশ্বনাথতো ৰাস্তালৈ ওলাই আহিছে প্ৰতিবাদী ৰাইজ।
  • নুমলীগড়ত বাগিচাই বাগিচাই চাহ শ্ৰমিকৰ কেবৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ ৷
  • কেব কোনো কাৰনতে মানি লোৱা নহব৷ শ্লগানেৰে উত্তাল।
  • ওলাই আহিছে বাগিচাৰ মহিলা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in