নুমলীগড় তেল শোধনাগাৰৰ মুখ্যদ্বাৰত এজেৱাইচিপিৰ ৩ ঘণ্টীয়া অৱস্থান ধৰ্মঘট

নুমলীগড় তেল শোধনাগাৰৰ মুখ্যদ্বাৰত এজেৱাইচিপিৰ ৩ ঘণ্টীয়া অৱস্থান ধৰ্মঘট
  • নুমলীগড়ত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ।
  • নুমলীগড় তেল শোধনাগাৰৰ মুখ্যদ্বাৰত অৱস্থান ধৰ্মঘট।
  • অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৩ ঘণ্টীয়া অৱস্থান ধৰ্মঘট।
  • শোধনাগাৰৰ পৰা ভাৰত-বাংলা মৈত্ৰী পাইপ লাইনৰ যোগেদি তেল ৰপ্তানি কৰা চুক্তি বাতিলৰ দাবী।
  • শোধনাগাৰৰ পৰিচালন সঞ্চালকৰ লগতে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদী শ্ল'গান প্ৰতিবাদকাৰীৰ।
  • গোলাঘাট জিলা সমিতিৰ উদ্যোগত এই প্ৰতিবাদ সাব্যস্ত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in