শেহতীয়া খবৰ
ৰাজপথত কুকুৰৰ মুখত নৱজাতক, চি চি টিভিত বন্দী হৈছে VIDEO  •  ডিমা হাছাও স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটগণনা, UPDATES  •  মুখ্যমন্ত্ৰীৰ ভাষণত জাতি-মাটি-ভেটি শ্ল'গানৰ পৰা হেৰাল জাতি  •  শ্ৰীশ্ৰী শঙ্কৰদেৱ মহাবিদ্যালয়ত অনুষ্ঠিত হ'ব ৰূপালী জয়ন্তী সমাৰোহ  •  কিমান সুৰক্ষিত ইভিএম? ছাইবাৰ বিশেষজ্ঞৰ দাবী- ২০১৪ত হেক হৈছিল ইভিএম  •  কংগ্ৰেছী বাহিনীৰ হাতত প্ৰহৃত প্ৰাক্তন সৈনিক, বিজেপিৰ প্ৰশ্ন- সাধাৰণ মানুহৰ সুৰক্ষা ক’ত  •  এইবাৰ প্ৰৱাসী ভাৰতীয়ৰ বাবে মোডীৰ তীৰ্থ যাত্ৰা যোজনা  •  সাম্প্ৰদায়িক মন্তব্য দিয়াৰ অভিযোগত হিমন্তৰ বিৰুদ্ধে এজাহাৰ  •  নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত পুৰণিগুদামত জোঁৰ সমদল  •  জম্মু-কাশ্মীৰত সেনা-আৰক্ষীৰে সংঘৰ্ষত নিহত অসমৰ যুৱক

প্ৰায় ২ মাহৰ অন্তত আলফা(স্বাঃ) নে অপহৰণ কৰা সোণাৰি বৰটিমন বাগিচাৰ পৰিচালকক মুক্তি

88
  • সোণাৰি বৰটিমন বাগিচাৰ অপহৃত পৰিচালকক মুক্তি।
  • নাগালেণ্ডৰ লাংৱাবস্তিত আলফা(স্বাঃ)ই মুকলি কৰি দিলে পৰিচালক নোমল চন্দ্ৰ বৰুৱা।
  • বৰ্তমান নাগালেণ্ডৰ আছাম ৰাইফলছৰ জিম্মাত আছে বৰুৱা।
  • চৰাইদেউ জিলাৰ আৰক্ষী অধীক্ষকৰ নিৰ্দেশত নাগালেণ্ডলৈ গৈছে আৰক্ষী আৰু সেনাৰ এটা দল।
  • লগতে ৰাওনা হৈছে পৰিয়ালৰ লোকো।
  • ২০ নৱেম্বৰত ৪ অস্ত্ৰধাৰী যুৱকে অপহৰণ কৰিছিল পৰিচালকজনক।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি