প্ৰায় ২ মাহৰ অন্তত আলফা(স্বাঃ) নে অপহৰণ কৰা সোণাৰি বৰটিমন বাগিচাৰ পৰিচালকক মুক্তি

প্ৰায় ২ মাহৰ অন্তত আলফা(স্বাঃ) নে অপহৰণ কৰা সোণাৰি বৰটিমন বাগিচাৰ পৰিচালকক মুক্তি
  • সোণাৰি বৰটিমন বাগিচাৰ অপহৃত পৰিচালকক মুক্তি।
  • নাগালেণ্ডৰ লাংৱাবস্তিত আলফা(স্বাঃ)ই মুকলি কৰি দিলে পৰিচালক নোমল চন্দ্ৰ বৰুৱা।
  • বৰ্তমান নাগালেণ্ডৰ আছাম ৰাইফলছৰ জিম্মাত আছে বৰুৱা।
  • চৰাইদেউ জিলাৰ আৰক্ষী অধীক্ষকৰ নিৰ্দেশত নাগালেণ্ডলৈ গৈছে আৰক্ষী আৰু সেনাৰ এটা দল।
  • লগতে ৰাওনা হৈছে পৰিয়ালৰ লোকো।
  • ২০ নৱেম্বৰত ৪ অস্ত্ৰধাৰী যুৱকে অপহৰণ কৰিছিল পৰিচালকজনক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in