উন্নাৱত এন এছ ইউ আইৰ উত্তাল প্ৰতিবাদ, বহু কেইজন প্ৰতিবাদকাৰীক আটক…

উন্নাৱত এন এছ ইউ আইৰ উত্তাল প্ৰতিবাদ, বহু কেইজন প্ৰতিবাদকাৰীক আটক…
  • উন্নাৱত এন এছ ইউ আইৰ উত্তাল প্ৰতিবাদ।
  • পৰিস্থিতি নিয়ন্ত্ৰণৰ মোতায়েন কৰা হয় আৰক্ষীৰ লোক।
  • বহু কেইজন প্ৰতিবাদকাৰীক আটক কৰে আৰক্ষীয়ে।
  • শনিবাৰে উন্নাৱ বলাৎকাৰকাণ্ডৰ পীড়িতাৰ বাসগৃহত মন্ত্ৰী কমল ৰাণী বৰু, স্বামী প্ৰসাদ মৌৰিয়া আৰু সাংসদ সাক্ষী মহাৰাজ উপস্থিত হয়।
  • ইয়াৰ বিৰুদ্ধেই এনেদৰে প্ৰতিবাদত নামি পৰে এন এছ ইউ আই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in