হাৰিয়ানাত এন এছ জিৰ প্ৰতিষ্ঠা দিৱস পালন…

হাৰিয়ানাত এন এছ জিৰ প্ৰতিষ্ঠা দিৱস পালন…
  • হাৰিয়ানাত পালন কৰা হৈছে এন এছ জিৰ প্ৰতিষ্ঠা দিৱস।
  • আড়ম্বৰপূৰ্ণ অনুষ্ঠানত উপস্থিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ।
  • হাৰিয়ানাৰ মানেশ্বৰত পালন কৰা হৈছে এই বিশেষ দিনটো।
  • বহু ৰাজনৈতিক নেতা, মন্ত্ৰী, আৰক্ষীৰ উচ্চ পৰ্যায়ৰ বিষয়াই অংশ লৈছে এই অনুষ্ঠানত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in