শেহতীয়া খবৰ
দ্বিতীয় টি-২০ত টীম ইণ্ডিয়াৰ বিৰুদ্ধে ৭ উইকেটত পৰাস্ত দক্ষিণ আফ্ৰিকা...  •  পাকিস্তান জড়িত থকা কোনো অনুষ্ঠানত ভাগ নলবঃ আলকা য়াগনিক, কুমাৰ ছানু, উদিত নাৰায়নলৈ জাননী...  •  বৰপেটা চিকিৎসা মহাবিদ্যালয়ত ভাইৰেল ৰিচাৰ্ছ এণ্ড ডায়'গ্নষ্টিক লেব'ৰেটৰী মুকলি...  •  মৃত্যুৰ ক্ষণ গণি থকা এএছটিচিয়ে লাখ লাখ টকা ব্যয়েৰে ৩ দিনীয়াকৈ পালন কৰিলে বিশ্বকৰ্মা পূজা...  •  মৃত্যুৰ ক্ষণ গণি থকা এএছটিচিয়ে লাখ লাখ টকা ব্যয়েৰে ৩ দিনীয়াকৈ পালন কৰিলে বিশ্বকৰ্মা পূজা...  •  গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ঋষিকেশ ৰয়ক দেশৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি...  •  গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ঋষিকেশ ৰয়ক দেশৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি...  •  আফগানিস্তানত ভয়ংকৰ বিস্ফোৰণ, ৪ জনৰ মৃত্যু  •  বুঢ়া আৰক্ষী চকী কাণ্ডঃ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে নিজাকৈ ৰুজু কৰিছে গোচৰ, ডিজিপি-মুখ্য সচিবলৈ জাননী প্ৰেৰণ  •  বুঢ়া আৰক্ষী চকী কাণ্ডঃ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে নিজাকৈ ৰুজু কৰিছে গোচৰ, ডিজিপি-মুখ্য সচিবলৈ জাননী প্ৰেৰণ

ম্যানমাৰস্থিত নগা বিদ্ৰোহী সংগঠন এন এছ চি এন (কে)ৰ জ্যেষ্ঠনেতা ব্ৰিগেডিয়াৰ কুড়ুছুৰ মৃত্যু

224

ডিজিটেল সংবাদ, ৱাখাঃ ম্যানমাৰস্থিত নগা বিদ্ৰোহী সংগঠন এন এছ চি এন (কে)ৰ এগৰাকী শীৰ্ষ নেতা তথা জি পি আৰ এনৰ চৰকাৰৰ, ব্ৰিগেডিয়াৰ কুড়ুছুৰ সোমবাৰে বিয়লি নগা স্ব-শাসিত অঞ্চল ছাগাইঙিৰ হকামিতৰ এখন চিকিৎসালয়ত মৃত্যু হয়।

অৱশ্যে বিদ্ৰোহী নেতাজনৰ কি কাৰণত মৃত্যু হয় সংগঠনটোৱে এতিয়ালৈকে একো তথ্য প্ৰকাশ কৰা নাই। মঙলবাৰে দুপৰীয়া ম্যানমাৰ নগা হোহোৱে বিদ্ৰোহী নেতাজনক তেওঁৰ পিতৃৰ গাঁৱত শেষকৃত্য সম্পন্ন কৰিব।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি